Local, Vocal, Global

Watch | Dalgaon news : ঈদৰ দিনটোতে নামাজৰ সময়ত দলগাঁৱত কলা বেজ পৰিধান কৰি তীব্ৰ প্ৰতিবাদ সংখ্যালঘু সংগঠনৰ

দলগাঁও : ঈদৰ দিনটোতে নামাজৰ সময়ত দলগাঁৱত কলা বেজ পৰিধান কৰি তীব্ৰ প্ৰতিবাদ সংখ্যালঘু সংগঠনৰ। ‘ডি ভোটাৰ নামত সংখ্যালঘু সম্প্ৰদায়ৰ মানুহক হাৰাশাস্তি কৰা বন্ধ কৰক’। ‘বিদেশীৰ নামত প্ৰকৃত স্বদেশীক হাৰাশাস্তি বন্ধ কৰক’। আদি শ্লগানেৰে দুটা কৈ সংখ্যালঘু সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে । উপস্থিত থাকে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সভাপতি মহম্মদ খলিফা লগতে আমছুৰ কৰ্মী সকল।