Local, Vocal, Global

WATCH | Nagaon News : নগাঁৱত কংগ্ৰেছৰ বেনাৰ পোষ্টাৰ আতঁৰোৱাক লৈ ক্ষোভ প্ৰকাশ কংগ্ৰেছ কৰ্মীৰ

নগাঁও,২জুন : নগাঁৱত কংগ্ৰেছৰ বেনাৰ পোষ্টাৰ আতঁৰোৱাক লৈ ক্ষোভ প্ৰকাশ কংগ্ৰেছ কৰ্মীৰ ।

নগাঁও পৌৰসভাই প্ৰি প্লেন কৰি কংগ্ৰেছৰ বেনাৰ পোষ্টাৰ আঁতৰোৱাৰ অভিযোগ উত্থাপন কংগ্ৰেছ কৰ্মীৰ(Nagaon News)।

পুৱা ৬ বজাৰ পৰা নগাঁও পৌৰসভাই এই কাম কৰাৰ অভিযোগ উত্থাপন কংগ্ৰেছ কৰ্মীৰ ।

গৌৰৱ গগৈ নগাঁৱত অহাত এই কাম কৰা হৈছে বুলি অভিযোগ উত্থাপন।

লগতে পঢ়ক : WATCH | Nagaon News : নগাঁৱত ডাঃ মাৰ্টিনা টুডুক সম্বৰ্ধনা জনালে গৌৰৱ গগৈয়ে