Local, Vocal, Global

Watch | Hundreds of people of the village did not find their names in the voters’ list: ভোটৰ তালিকাত নাম নাহিল গাঁৱৰ শতাধিক ৰাইজৰ

তিতাবৰ: ভোটৰ তালিকাত নাম নাহিল ৮ নং গমাৰি ৱাৰ্ডৰ অন্তৰ্গত বেকাজান পঞ্চায়তৰ মুক্তিনগৰ গাঁৱৰ শতাধিক ৰাইজৰ। ভোটদানৰ পৰা বঞ্চিত হোৱাৰ আশংকাত ক্ষুব্ধ ৰাইজ। ভোটগ্ৰহণৰ দিনটোত প্ৰতিবাদৰ হুংকাৰ ৰাইজে । গোলাঘাট জিলাৰ নিৰ্বাচনী বিভাগক বিষয়টোৰ সন্দৰ্ভত গুৰুত্ব প্ৰদানৰ দাবী মুক্তি নগৰ গাঁওৰ ৰাইজৰ ।