Local, Vocal, Global

WATCH | Panchayat Election : সোণাপুৰ গাঁও পঞ্চায়তৰ নিদলীয় প্ৰাৰ্থী নিতু কলিতাৰ নিৰ্বাচনী প্ৰচাৰ

সোণাপুৰ,২৬এপ্ৰিল : ৰাজ্যত তুংগত হৈ উঠিছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ সোণাপুৰ গাঁও পঞ্চায়তৰ নিদলীয় প্ৰাৰ্থী নিতু কলিতাৰ নিৰ্বাচনী প্ৰচাৰ।

প্ৰাৰ্থীক লগত লৈ এফালে সভা সমিতি আনফালে ঘৰে ঘৰে গৈ ভোটাৰ ৰাইজক নিজৰ মনোনীত প্ৰাৰ্থীক ভোট দি জয়ী কৰাবলৈ অনুৰোধ ৷

শাসক বিৰোধীৰ লগতে এইবেলি নিৰ্দলীয় প্ৰাৰ্থীয়ে অধিক শক্তিশালি ৰূপত থিয় দিছে ডিমৰীয়া সমষ্টিত(Panchayat Election)৷

এই ক্ষেএত  ১২  নং বৰুৱাবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৬ নং সোণাপুৰ বাগান ২ নং  ৱাৰ্ডৰ ৰাইজৰ মনোনীত সদস্য পদৰ প্ৰাৰ্থী নিতু কলিতাৰ নিৰ্বাচনী প্ৰচাৰে অধিক শক্তি শালি হৈ পৰিছে ৷ সেয়েহে মটৰ গাড়ী  ছবিত ভোট দি জয়যুক্ত কৰাৰ বাবে ৰাইজলৈ আহ্বান  সমৰ্থকৰ  লগতে প্ৰাৰ্থী গৰাকীৰ ৷

লগতে পঢ়ক : WATCH | Jamugurihat News : ৰঙাপৰাত তুংগত উঠিছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ