WATCH | Panchayat Election : ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ তুংগত

ডিব্ৰুগড়,২৬এপ্ৰিল : ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ তুংগত। পঞ্চায়তে পঞ্চায়তে তীব্ৰ প্ৰচাৰ প্ৰাৰ্থীৰ। ভোটাৰৰ মন জয় কৰিবলৈ ন ন কৌশল প্ৰাৰ্থীৰ। খোৱাং বিধানসভা সমষ্টিৰ কোটোহা পঞ্চায়ত লুৰীণজ্যোতি গগৈৰ নিৰ্বাচনী প্ৰচাৰ(Panchayat Election)। খোৱাং বিধানসভা সমষ্টিৰ কোটোহা পঞ্চয়তৰ ৯ নং ৱাৰ্ডৰ মনোনীত প্ৰাৰ্থী ৰুদ্ৰ কান্ত দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ।
লগতে পঢ়ক : WATCH | Panchayat Election : ৰাজ্যত এতিয়া পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ