WATCH | Jorhat News : বেদাংগ ভূষণ বৰুৱাৰ হত্যাকাৰীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবীত প্ৰতিবাদ
যোৰহাট,২৬এপ্ৰিল : ড্রাগছ আসক্ত এজাক নৰ পিশাচৰ হাতত অকালতে প্ৰাণ হেৰুওৱা বেদাংগ ভূষণ বৰুৱাৰ হত্যাকাৰীৰ দৃষ্টান্তমূলক শাস্তিৰ লগতে পৰিয়ালক উচিত ক্ষতিপূৰণ প্ৰদানৰ দাবীত বৃহৎ প্রতিবাদী সমদল যোৰহাটৰ ৰাজপথত(Jorhat News)।
ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে হত্যাকাৰীক ফাঁচী দিবলৈ আহ্বান জনাই প্ৰশাসনক । এই সমদলত অংশ গ্ৰহণ কৰে যোৰহাটৰ সাংসদ তথা বিৰোধীৰ উপ দলপতি গৌৰৱ গগৈয়ে।
লগতে পঢ়ক : WATCH | Jorhat News : যোৰহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট পালন