Local, Vocal, Global

WATCH | Panchayat Election : সমাগত পঞ্চায়ত নিৰ্বাচন;ৰাজ্যৰ আকাশে বতাহে বলিচে নিৰ্বাচনী গৰম বতাহ

সোণাৰি,২৬এপ্ৰিল : পঞ্চায়ত নিৰ্বাচনত জয়ী হ ‘বলৈ কেনেদৰে প্ৰচাৰ চলাইছে বিজেপি দলে(Panchayat Election)। দলটোৰ ষ্টাৰ কেম্পেইনাৰ, প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈৰ সৈতে সাক্ষাৎকাৰ।

লগতে পঢ়ক : WATCH | Panchayat Election 2025: পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া প্ৰাৰ্থী সকলৰ সীমাহীন ব্যস্ততা