Local, Vocal, Global

WATCH | Bhabesh kalita : কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা নাৰকীয় ঘটনাক লৈ ক্ষোভিত বিধায়ক ভৱেশ কলিতা

ৰঙিয়া,২৬এপ্ৰিল : কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা নাৰকীয় ঘটনাক লৈ এইবাৰ মুখ খুলিলে প্ৰাক্তন ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়াৰ স্থানীয় বিধায়ক ভৱেশ কলিতাই।

হিন্দুৰ ওপৰত চলা অত্যাচাৰক লৈ যথেষ্ট ক্ষোভিত হৈ পৰে বিধায়ক গৰাকী। সংবাদ মাধ্যমৰ সন্মুখত ক্ষোভিত হৈ পৰে বিধায়কগৰাকী(Bhabesh kalita)।

লগতে পঢ়ক : WATCH | Bilasipara News : বিলাসীপাৰাত একাংশ পঞ্চায়ত জনপ্ৰতিনিধিয়ে ভূৱা নথি পত্ৰৰে মনোনয়ন পত্ৰ দাখিল কৰাৰ অভিযোগ