Watch | Dergaon Panchayat election campaign: ৰাজ্যত বলিছে পঞ্চায়ত নিৰ্বাচনৰ বতাহ

দেৰগাঁও: ৰাজ্যত বলিছে পঞ্চায়ত নিৰ্বাচনৰ বতাহ ৷ শাসক- বিৰোধী ব্যস্ত নিৰ্বাচনী প্ৰচাৰত। সমান্তৰালকৈ দেৰগাঁৱৰ খুমটাইত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ তুংগত ৷ গাঁৱে-ভূঞে, চুবুৰীয়ে প্ৰচাৰ বিজেপি প্ৰাৰ্থীৰ ৷
মিছামৰা জিলা পৰিষদৰ সদস্যপদৰ বিজেপি প্ৰাৰ্থী পৰাগ বৰাৰ নিৰ্বাচনী প্ৰচাৰ ৷ প্ৰাৰ্থী পৰাগ বৰায়ো ক্ষিপ্ৰতৰ কৰি তুলিছে নিজৰ প্ৰচাৰ অভিযান ৷ বৰাৰ সমৰ্থনত শ শ গঞা ৰাইজ উলাই অহা পৰিলক্ষিত হয়।