Watch | Akhil gogoi at dhemaji: চিচিবৰগাঁওত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ উপস্থিতিত নিৰ্বাচনী প্ৰচাৰ
ধেমাজী: পঞ্চায়ত নিৰ্বাচনৰ ভোট দানৰ দিন চমু চাপি অহা লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন ৰাজনৈতিক দলে চলাইছে নিৰ্বাচনী প্ৰচাৰ । ব্যতিক্ৰম নহয় ৰাইজ দলো । ৰাইজৰ দলৰ মনোনীত প্ৰাৰ্থীৰ যুৱ নেতা ৰুদ্ৰ ভূঞাই অখিল গগৈৰ সৈতে চলালে নিৰ্বাচনী প্ৰচাৰ ।
চিচিবৰগাঁও জিলা পৰিষদৰ অন্তৰ্গত বিভিন্ন ভিতৰুৱা গাঁও অঞ্চলত হাজাৰ হাজাৰ ৰাইজক লগত লৈ গাড়ী মটৰ চাইকেলআৰু পদ যাত্ৰা কৰি চলালে প্ৰচাৰ অভিযান । ৰাইজৰ দলৰ মনোনীত প্ৰাৰ্থীৰ যুৱ নেতা ৰুদ্ৰ ভূঞাক ভোট দিবলৈ আহ্বান ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ।