Watch | Indian Army demolishes house of terrorist involved in Pehalgam incident with bomb: বোমাৰে পেহলগাম ঘটনাত জড়িত সন্ত্রাসবাদীৰ ঘৰ তচনছ কৰি দিলে ভাৰতীয় সেনাই
ডিজিটেল ডেস্ক: বোমাৰে উৰুৱাই দিয়া হ’ল দুই দুধর্ষ সন্ত্রাসবাদী ঘৰ।
মোদীৰ অনুমতিত ভাৰতীয় সেনাৰ এক্সন আৰম্ভ ।
বুলড’জাৰেৰে ভাঙি দিলে সন্ত্ৰাসবাদী আদিলৰ ঘৰ।
বোমাৰে উৰুৱাই দিয়া হ’ল দুধর্ষ সন্ত্রাসবাদী আছিফৰ ঘৰ।
পেহেলগাম ঘটনাত জড়িত আছিল জম্মু-কাশ্মীৰৰ ২ দুধর্ষ সন্ত্রাসবাদী।
বৈশাল উপত্যকাৰ সন্ত্রাসবাদী আক্রমণতো জড়িত আছিল আছিফ শ্বেখ আৰু আদিল।