Local, Vocal, Global

WATCH | Actor Phailao Basumatary Passes Away : জনপ্ৰিয় অভিনেতা ফাইলাও বসুমতাৰীৰ দেহাৱসান

নিউজ ডেস্ক,২৩এপ্ৰিল : জনপ্ৰিয় অভিনেতা ফাইলাও বসুমতাৰীৰ দেহাৱসান।

গুৱাহাটীৰ এখন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ফাইলাও বসুমতাৰীয়ে।

বিগত কেইবামাহ ধৰি যকৃতজনিত ৰোগত চিকিৎসাধীন হৈ আছিল বসুমতাৰী(Actor Phailao Basumatary Passes Away)।

বড়ো জনগোষ্ঠীৰ এগৰাকী লোক-শিল্পী হিচাপেও জনপ্ৰিয় আছিল বসুমতাৰী।

বেহাৰবাৰী আউট পোষ্টৰ ‘বসু দা’ৰ চৰিত্ৰৰে ৰাজ্যজুৰি অধিক জনপ্ৰিয় হৈছিল ফাইলাও বসুমতাৰী।

‘বসু দা’ৰ মৃত্যুত শোক ছাঁ পৰিছে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত।

লগতে পঢ়ক :WATCH | Pahalgam terror attack : সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বিৰোধিতাৰে পহলগামৰ টেক্সি চালকসকলৰ প্ৰতিবাদ