WATCH | Himanta Biswa Sarma : ‘কংগ্ৰেছে লুঙীৰ বাদে অসমৰ ৰাইজক একোৱে দিয়া নাছিল’
নিউজ ডেস্ক,২১এপ্ৰিল : ‘কংগ্ৰেছে লুঙীৰ বাদে অসমৰ ৰাইজক একোৱে দিয়া নাছিল’
‘কংগ্ৰেছে হাতৰ প্ৰতীক এৰি লুঙীৰ প্ৰতীক লওক,কংগ্ৰেছ মানে ধূতি, লুঙী, সূতা আৰু আঁঠুৱা
‘কংগ্ৰেছৰ দিনত ৰাজ্যত একোৱে উন্নয়ন হোৱা নাছিল’
‘উন্নয়ন কেৱল বিজেপিৰ দিনতহে হৈছে’
পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাই কংগ্ৰেছৰ বিৰুদ্ধে আক্রমণাত্মক ৰূপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা(Himanta Biswa Sarma)
লগতে পঢ়ক :WATCH | Bhupen Borah : ‘মুখ্যমন্ত্ৰীয়ে তিনিবাৰ শপত গ্ৰহন কৰিবলৈ কোন দলৰ পৰা গৈছিল ?’