WATCH | Himanta Biswa Sarma : ‘চৰকাৰী চাকৰিৰ নামত টকা লোৱা হ’লে ১৫ হাজাৰ কোটি টকাৰ মালিক হ’লোহেঁতেন মই’
নিউজ ডেস্ক,২১এপ্ৰিল : ‘চৰকাৰী চাকৰিৰ নামত টকা লোৱা হ’লে ১৫ হাজাৰ কোটি টকাৰ মালিক হ’লোহেঁতেন মই’
‘কংগ্ৰেছে লুঙীৰ বাদে অসমৰ ৰাইজক একোৱে দিয়া নাছিল’-মুখ্যমন্ত্ৰী
পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাই কংগ্ৰেছক সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা
‘কংগ্ৰেছে লুঙীৰ বাদে অসমৰ ৰাইজক একোৱে দিয়া নাছিল’
‘কংগ্ৰেছৰ দিনত ৰাজ্যত একোৱে উন্নয়ন হোৱা নাছিল’
‘উন্নয়ন কেৱল বিজেপিৰ দিনতহে হৈছে’
‘কংগ্ৰেছৰ দিনত নিযুত মইনা, অৰুণোদয় নাছিল’
কংগ্ৰেছৰ দিনত চৰকাৰী চাকৰিৰ টকা দিলেই পাইছিল’
আজি মই চৰকাৰী চাকৰিৰ নামত টকা লোৱা হ’লে ১৫ হাজাৰ কোটি টকাৰ মালিক হ’লহেঁতেন
এনেদৰে কংগ্ৰেছক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ(Himanta Biswa Sarma)
লগতে পঢ়ক : WATCH | Himanta Biswa Sarma : ‘কংগ্ৰেছে লুঙীৰ বাদে অসমৰ ৰাইজক একোৱে দিয়া নাছিল’