Watch | Poet Guru Rabindranath Tagore’s birth anniversary celebrated in Nagaon: নগাঁৱত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম জয়ন্তী উদযাপন
নগাঁও: অসম ভাষিক সংখ্যালঘূ উন্নয়ন বৰ্ডৰ উদ্যোগত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম জয়ন্তী উদযাপন। নগাঁও বেংগলী এছচিএচন হলত উক্ত অনুষ্ঠানটিৰ আয়োজন কৰা হয়।
উল্লেখ্য যে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰদেৱৰ ১৬৪ সংখ্যক জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি দুদিনীয়া কাৰ্য্যসূচীৰে ৰবীন্দ্ৰ সঙ্গীত আৰু ৰবীন্দ্ৰ নৃত্য অনুষ্ঠানৰ আয়োজন কৰা হয়। লগতে নগাঁৱৰ ভিন্ন প্ৰান্তৰ প্ৰায় ১৭০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে -অনুষ্ঠানটিত অংশগ্ৰহন কৰে। তাৰোপৰি অনুষ্ঠানটি সকলো ভাষাৰ মিলনক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে।