Local, Vocal, Global

WATCH | Nagaon News : নগাঁৱৰ কঠীয়াতলীৰ কংগ্ৰেছ নেতা ৰঞ্জিত বৰাৰ বাসগৃহত নিশা আৰক্ষীৰ অভিযান

নগাঁও,১৭এপ্ৰিল : নগাঁৱৰ কঠীয়াতলীৰ কংগ্ৰেছ নেতা ৰঞ্জিত বৰাৰ বাসগৃহত নিশা আৰক্ষীৰ অভিযান ৷

কঠীয়াতলী জিলা পৰিষদৰ প্ৰাৰ্থী বৰ্ণালী দেৱীক বিচাৰি চলিল অভিযান৷

বৰাৰ বাসগৃহত আশ্ৰয় লৈ আছিল বৰ্ণালী দেৱীসহ পৰিয়াল৷

নগাঁৱৰ বঢ়মপুৰত শাসকীয় দলৰ গুণ্ডাৰাজৰ অভিযোগ কংগ্ৰেছৰ(Nagaon News)।

পঞ্চায়ত নিৰ্বাচনত প্ৰশাসন যন্ত্ৰ ব্যৱহাৰৰ কৰাৰ অভিযোগ ।

ভয়-ভাবুকিৰে কংগ্ৰেছ দলৰ প্ৰাৰ্থীক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাত বাধা ।

নিশা ২নং কঠিয়াতলি জিলা পৰিষদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী বৰ্ণালী দেৱীক আটক কৰিলে আৰক্ষীয়ে ।

বিজেপি কৰ্মীৰ ভাবুকিত এজন আত্মীৰ ঘৰত আশ্ৰয় লৈ থাকোতে আৰক্ষীয়ে চলচলিৰ পৰা বৰ্ণালী দেৱীক আটক কৰে আৰক্ষীয়ে ।

বঢ়মপুৰ সমষ্টিত কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী সকল নিৰাপত্তাহীনতাত ভোগাৰ অভিযোগ।

লগতে পঢ়ক : WATCH| Kaliabor News : আৰম্ভ হ’ল কলিয়াবৰৰ বামুনি বিৰাট মেলা