watch | Golaghat News : গোলাঘাটত মুকলি বিহু উদযাপন
গোলাঘাট,১৬ এপ্ৰিল : গোলাঘাটৰ হাতীয়ে খোৱা ফেণ্ডতচিপ চছাইটিৰ উদ্যোগত ২০১০ চনৰ পৰা চলি অহা মুকলি বিহুয়ে এইবাৰ এক আকৰ্ষণীয় ভাৱে ঐক্যৰ বৰ্তাবৰণ সৃষ্টি কৰিছে । কাৰণ মুছলমান বাগানীয় ভাই ভনীৰ ঝুমুৰ নৃত্যৰ উপৰিও ঢোলৰ সম্ৰাত সোমনাথ বৰাৰ ঢোলৰ যাদুৰ সমহাৰে প্ৰকৃতিৰ এক দৃষ্টি নন্দন পৰিৱেশৰ মাজত ফহিলা ব’হাগৰ দিনটো সুন্দৰভাৱে উদযাপন কৰিলে(Golaghat News)।
লগতে পঢ়ক : WATCH | Congress Protest : কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল হ’ল গুৱাহাটী মহানগৰী