WATCH | Utpal Sarma : বিদেশীৰ প্ৰসংগত তেজপুৰত উৎপল শৰ্মাৰ মন্তব্য
নিউজ ডেস্ক,১৬এপ্ৰিল : বিদেশীৰ প্ৰসংগত তেজপুৰত উৎপল শৰ্মাৰ মন্তব্য(Utpal Sarma)
‘ৰাজনৈতিক দলে সময়ে সময়ে বিশ্বাসঘাতকতা কৰিছে’
‘ক্ষমতাৰ খকত এচামে বিশ্বাসঘাতকতা কৰাৰ দায়িত্ব ছাত্ৰ সংগঠনৰ গাত জাপি দিয়াটো উচিত নহয়’