WATCH | Rongali Bihu : ব’হাগত জেতুকা লোৱাটো অসমীয়া সংস্কৃতিৰ এৰাব নোৱাৰা পৰম্পৰা

সোণাৰি,১৩এপ্ৰিল : ব’হাগ আৰু জেতুকা ৷ ইটোৰ সৈতে আনটোৰ এৰাব নোৱাৰা সম্পৰ্ক ৷
বহাগত জেতুকা লোৱাটো অসমীয়া সংস্কৃতিৰ এৰাব নোৱাৰা পৰম্পৰা ৷ সেয়েহে নিজৰ দুহাতত জেতুকা বুলাইছে গাঁৱৰ জীয়ৰীসকলে ৷
বান্ধৱীৰ সৈতে মিলি জেতুকা চিঙিছে, কোনোবাই জেতুকা পিচিছে আৰু চোতালত বহি আনন্দৰে । চোতালত বহি আনন্দতে সকলোৱে বিহুনাম জুৰিছে ৷ কেৱল সৌন্দৰ্যই নহয়, জেতুকাৰ আছে বহু ঔষধি গুণ ৷ সম্প্ৰতি এয়া সোণাৰিৰ দৃশ্য এয়া(Rongali Bihu)।
লগতে পঢ়ক : WATCH | Tragic incident : এক ভয়ংকৰ দুৰ্ঘটনাত অকাল মৃত্য়ু যুৱতীৰ