Local, Vocal, Global

WATCH | Apex Bank: এপেক্স বেংকৰ সন্মুখত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

নিউজ ডেস্ক,৫এপ্ৰিল : ‘এপেক্স বেংকৰ দুৰ্নীতি ফাদিল হ’ব লাগে’,এপেক্স বেংকৰ কেলেংকাৰিৰ তদন্ত লাগে। এপেক্স বেংকৰ সন্মুখত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ ।

আজি গুৱাহাটীৰ পানবজাৰস্থিত এপেক্স বেংকৰ সন্মুখত এপেক্স বেংকত সংঘটিত হোৱা ভয়ংকৰ দুৰ্নীতিৰ তদন্তৰ দাবীৰে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ(Apex Bank)।

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন ছিকদাৰৰ উপস্থিতিত শতাধিক কংগ্ৰেছৰ নেতৃবৃন্দই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদ কাৰীৰ দাবী এপেক্স বেংকৰ কেলেংকাৰিৰ তদন্ত লাগে। এপেক্স বেংকৰ দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যি পাণবজাৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ।

লগতে পঢ়ক : WATCH | Waqf Amendment Bill : ৱাকফ সংশোধনী বিধেয়কক লৈ দেশ জ্বলিছে