Watch | Thieves in different parts of Jorhat city: যোৰহাট নগৰৰ বিভিন্ন প্ৰান্তত চোৰৰ সন্তাস
যোৰহাট: যোৰহাট আৰক্ষীৰ অধিক্ষকৰ কায্যালয়ৰ পৰা নাতি দুৰত থকা কংগ্ৰেছ ভৱনটো চোৰৰ সন্তাস। এইবাৰ যোৰহাট কংগ্ৰেছ ভৱন যোৰহাট প্ৰেছ ক্লাৱো বাছি নগল চোৰৰ পৰা। ইনভাৰ্টাৰ, বেটাৰী,মাইক ইত্যাদি চোৰে লৈ গল চোৰ কৰি। আৰক্ষীৰ অনুসন্ধান অৱ্যাহত চোৰৰ দল কৰায়ত্ত কৰিবলৈ।