Watch | High Alert issued in storm-rain, hailstorm: আগন্তুক ১০ঘণ্টাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাই এলাৰ্ট জাৰি
ধুমুহা-বৰষুণ,শিলাবৃষ্টিৰ তাণ্ডৱলীলাত দিশহাৰা জনতা। ধুমুহা-বৰষুণ,শিলাবৃষ্টিৰ তাণ্ডৱলীলাত দিশহাৰা জনতা। আগন্তুক ১০ঘণ্টাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাই এলাৰ্ট জাৰি। ৰাজ্যৰ১১ জিলাত হ’ব পাৰে ধুমুহা-বৰষুণ, শিলাবৃষ্টি আৰু বজ্ৰপাত। ৰাজ্যৰ ১১খনকৈ জিলাত হাই এলার্ট জাৰি। কোকৰাঝাৰ, চিৰাং, বাক্সা, হাইলাকান্দিত হাই এলার্ট জাৰি। ডিমা হাচাও, বৰপেটা, বঙাইগাঁও, গোৱালপাৰাত হাই এলার্ট জাৰি। শ্রীভূমি, কাছাৰ, লখিমপুৰ, ধেমাজিতো হাই এলার্ট জাৰি।