Watch | Himanta Biswa Sarma: ‘ মুছলমানৰ পৰা কেতিয়াও বিপদৰ সন্মুখীন নহয় হিন্দুসকল’-মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
নিউজ ডেস্ক,২মাৰ্চ : ‘মুছলমানৰ পৰা কেতিয়াও বিপদৰ সন্মুখীন নহয় হিন্দুসকল’
‘হিন্দুক দুৰ্বল কৰাৰ আঁৰত আছে হিন্দু সমাজৰেই লোক’
‘হিন্দুৰ মাজতেই আছে হিন্দুক দূৰ্বল কৰিব পৰা চক্ৰ’
‘যেতিয়ালৈকে হিন্দু থাকিব তেতিয়ালোকে মুছলমান সুৰক্ষিত থাকিব’
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য
লগতে পঢ়ক :WATCH | Akhil Gogoi: ‘ৰীতা চৌধুৰী বাইদেউক মই শ্ৰদ্ধা কৰো’-অখিল গগৈ