Local, Vocal, Global

Watch | Matric question paper leaked: পুনৰ মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল

গুৱাহাটী: পুনৰ মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল। দক্ষিণ শালমাৰা‌ৰ বন্দিহানা আৰক্ষী চকীৰ আন্তগত জৰুৱাৰচৰ পাবলিক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন‌ ফাদিল। জৰুৱাৰ চৰ পাব্লিক হাইস্কুলত আজি পৰা অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত চূড়ান্ত পৰীক্ষাৰ সাধাৰণ গণিতৰ প্ৰশ্ন কাকত ফাদিল।

উল্লেখ্য যে চৰকাৰৰ ইমান কোঠৰ নিৰ্দেশনাৰ পিছত ,পৰীক্ষা কেন্দ্ৰৰ প্ৰৱেশ দুৱাৰত পৰীক্ষাৰ্থীসকলক তালাচী চলোৱাৰ পিছতো, দক্ষিণ শালামাৰাৰ জৰুৱাৰচৰ পাবলিক হাই স্কুলৰ পৰা প্ৰশ্ন কাকত কেনেদৰে ফাদিল হৈছে তাক লৈ এতিয়া চাঞ্চল্য়ই বিৰাজ কৰিছে।