Watch | Body of a man found in a pond: পুখুৰীত উদ্ধাৰ এজন লোকৰ মৃতদেহ
গুৱাহাটী: আমিনগাওঁ মৰিয়াপট্টিত অঘটন। পুখুৰীত উদ্ধাৰ হয় এজন লোকৰ মৃতদেহ। লোকজন আমিনগাওঁ ৰেলৱে বজাৰৰ মোহন চাহ বুলি চিনাক্ত কৰা হৈছে । মোহন চাহ যোৱা ৫ দিন ধৰি নিৰুদ্দেশ হৈ আছিল যোৱা ৫ দিন ধৰি নিৰুদ্দেশ হৈ আছিল লোক জন। মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই । ঘটনা স্থলীত উপস্থিত হয় আমিনগাও আৰক্ষী ।মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।