Mangaldoi accident: মঙ্গলদৈত শোকাৱহ পথ দুৰ্ঘটনা
৮ ফেব্ৰুৱাৰী ২০২৫,মঙ্গলদৈ: মঙ্গলদৈ নিকতৱৰ্তী শাক তোলাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হয় এজন যুৱকৰ।খাৰপৰিৰ ইছমাইল আলি আৰু মোৱামাৰীৰ আব্বাছ আলি দুৰ্ঘটনাত পতিত হয়। থিতাতে নিহত হয় ইছমাইল আলি।সংকটজনক অৱস্থাত আব্বাছ আলিক গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰে চিকিৎসকে। শাক তোলাৰ ৰাষ্ট্ৰীয় ঘাইপথত বাইক আৰু মেজিকৰ লগত সংঘটিত হয় দুৰ্ঘটনা।বাইকৰ নম্বৰ হৈছে AS-13 O 1894।