Mankachar News: আৰক্ষীৰ ড্ৰাইভাৰৰ নিকৃষ্ট কাণ্ড;সাংবাদিকৰ গাড়ীত ইচ্চাকৃতভাৱে ৰাখিলে ড্ৰাগছ!
মানকাচৰ,২ফেব্ৰুৱাৰী : আৰক্ষীৰ ড্ৰাইভাৰৰ নিকৃষ্ট কাণ্ড। সাংবাদিকৰ গাড়ীত ইচ্চাকৃতভাৱে ৰাখিলে ড্ৰাগছ
মানকাচৰ থানাৰ OC ছাৰ দিপক বৰগোৱাৰী,এই প্ৰতিবেদন পোন পটীয়া ভাৱে আপোনালৈ। আপোনাৰ গাড়ীৰ চালকক এইটো বুদ্ধি দিলে কোনে। ড্ৰাগছ পালে কত আপোনাৰ চালকে। আপুনি খবৰ পাইছে নে আপোনাৰ গাড়ীৰ চালক এইজন বিকাশ ৰাজভাৰৰ কাণ্ডৰ কথা।
আৰক্ষীৰ ড্ৰাইভাৰৰ স্বৰযন্ত্ৰৰ বলি এজন সাংবাদিক(Mankachar News)।
এইজন সাংবাদিক তুশান আলম। সাংবাদিক তুশান আলমৰ বাহনত নিষিদ্ধ ড্ৰাগছ ৰাখি ফচোৱাৰ পৰিকল্পনা মানকাচৰ থানাৰ OC দিপক বৰগোৱাৰীৰ বাহন চালক বিকাশ ৰাজভাৰৰ।ইয়াৰ পাছতেই বহুতেই প্ৰশ্ন কৰিছে । ড্ৰাইভাৰ বিকাশ ৰাজভাৰে ড্ৰাগছ পালে কত। ইমান সাহস কত পালে বিকাশ ৰাজভাৰে। বিকাশ ৰাজভাৰক কোনে উচটনি দিছিল দিছিল এনে কাণ্জ কৰিবলৈ।
সাংবাদিক তুশান আলমে যেতিয়া সকলো কথা গম পালে তেতিয়াই ভুল স্বীকৰ কৰিছে চালক বিকাশ ৰাজভাৰ। ভুল স্বীকাৰ কৰাৰ অডিও এটাও ভাইৰেল হৈ পৰিছে। আৰক্ষীৰ চালক বুলিয়ে ইমান ডাঙৰ অপৰাধ কৰাৰ সাহস কোনে দিলে।
সাংবাদিকে তুশান আলমে দুৰ্নীতিৰ বাতৰি কৰাৰ কৰাণেই আৰক্ষীৰ চালকে এনে জঘন্য অপাৰধ কৰা ঘটনাটোক মানকাচৰ থানাৰ আৰক্ষী বিষয়া দিপক বৰগোৱাৰীৱে কেনেদৰে চাই সেইয়া হে লক্ষনীয় হব।
লগতে পঢ়ক :Sensational incident: কাঠৰ বাটাম, পিৰা আৰু বেটেৰে কোবাই হত্যা ভোলা মালোক