Local, Vocal, Global

Harmeet Singh : বুধবাৰে ৰাজ্যৰ নতুন ডিজিপি হিচাপে দায়িত্ব গ্ৰহণ কৰে হৰমীত সিঙে

নিউজ ডেস্ক,৩০জানুৱাৰী : বুধবাৰে ৰাজ্যৰ নতুন ডিজিপি হিচাপে দায়িত্ব গ্ৰহণ কৰে হৰমীত সিঙে(Harmeet Singh)।

অসম আৰক্ষীৰ বিদায়ী সঞ্চালক প্ৰধান জি পি সিঙে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ অৰ্পণ কৰিলে ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙক । নতুন ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙক শুভেচ্ছা দিলে জিপি সিঙে( Harmeet Singh takes Charge as Director General of Police)।

দায়িত্বভাৰ অপৰ্ণ কৰি বুধবাৰে সন্ধিয়া সপৰিয়ালে নতুন দায়িত্ব গ্ৰহণৰ বাবে দিল্লী অভিমুখে ৰাওনা হয় জি পি সিং।

লগতে পঢ়ক:Man arrested for cyber fraud:গুৱাহাটীত গ্ৰেপ্তাৰ কুখ্যাত চাইবাৰ অপৰাধী; ‘ডিজেটেল এৰেষ্ট’ৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ চাইবাৰ অপৰাধীক