Local, Vocal, Global

Panchayat Election :কাইলৈ পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা

নিউজ ডেস্ক,৬জানুৱাৰী : কাইলৈ পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা।

গুৱাহাটী উচ্চ ন্য়ায়ালয়ৰ সেউজ সংকেট পালেই ঘোষণা হ’ব দিন -বাৰ(Panchayat Election)।

গোচৰটোৰ সন্দৰ্ভত ন্যায়ালয়ৰ ৰায়ৰ ওপৰতে নিৰ্ভৰ কৰিব নিৰ্বাচনৰ দিন -বাৰ।

নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ বাবে সাজু ৰাজ্যিক নিৰ্বাচনী আয়োগ।

ইতিমধ্যে প্ৰকাশ পাইছে পঞ্চায়ত নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা।

উচ্চ ন্য়ায়ালয়ৰ ৰায়ক লৈ উতস্যুক শাসক-বিৰোধীৰ লগতে ৰাজ্যবাসী।

লগতে পঢ়ক :Gunotsav 2025 Begins Today in State :আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ গুণোৎসৱ