Local, Vocal, Global

Theft in Jagiroad : জাগীৰোডত চোৰৰ উপদ্ৰৱ

জাগীৰোড,৫ডিচেম্বৰ : জাগীৰোডত চোৰৰ উপদ্ৰৱ।চোৰৰ চোৰ কৰা নতুন নতুন কৈশল ৷

এইবাৰ চোৰৰ চকু ৰখাই থোৱা ট্ৰাকৰ টায়াৰত ৷ জাগীৰোডৰ বিভিন্ন অঞ্চলত দিনক দিনে বৃদ্ধি পাই আহিছে চোৰৰ উপদ্ৰৱ ৷ শনিবাৰে নিশা জাগীৰোড থানাৰ অন্তৰ্গত পূৱ ঘুনুচাত এখন ৰখাই থোৱা ট্ৰাকৰ পৰা টায়াৰ চুৰি হোৱা ঘটনাই স্থানীয় লোকসকল চিন্তিত কৰি তুলিছে ৷ ৰখাই থোৱা ট্ৰাকখনৰ পৰা টায়াৰসহ প্ৰায় লক্ষাধিক টকাৰ সামগ্ৰী চোৰ কৰি নিয়ে চোৰে(Theft in Jagiroad)৷

গতিকে উক্ত চুৰি ঘটনাত স্থানীয় লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে ট্ৰাকখনৰ চালকে ৷

লগতে পঢ়ক :Jamugurihat News:অন্ধবিশ্বাসৰ কৰাল গ্ৰাস;তিলক কোচ নামৰ এজনৰ বাৰীত আবিৰ্ভাৱ ঘটিছে সৰ্প দেৱতাৰ!