Local, Vocal, Global

Ration Cards Distribution : কলিয়াবৰত ৰেচন কাৰ্ড বিতৰণ

কলিয়াবৰ,২৮ডিচেম্বৰ : ৰেচন কাৰ্ড বিতৰণ কলিয়াবৰত।

কলিয়াবৰত খাদ্য,ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ ব্যৱস্থাপনাত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী(Ration Cards Distribution)।

উপস্থিত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত।ৰেচন কাৰ্ড প্ৰদান অনুষ্ঠানত কলিয়াবৰ সম জিলাৰ আয়ুক্ত লিজা তালুকদাৰ কে প্ৰমোক্ষ কৰি এজিপি বিজেপি দলৰ বিষয়ববীয়া সকল উপস্থিত থাকে।

মুঠ ২২ টা গাঁও পঞ্চায়তৰ ১৮ হাজাৰ ৬ শ ১২ গৰাকী হিতাধিকাৰীলৈ ৰেচন কাৰ্ড প্ৰদান।ইয়াৰ জৰিয়তে ৩ হাজাৰ ২ শ ৩৮ টা পৰিয়াল উপকৃত হ’ব।

লগতে পঢ়ক :Sonari News:বিজেপি কৰ্মীক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ নামতোলা OC ৰ বিৰুদ্ধে