Sonari News:বিজেপি কৰ্মীক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ নামতোলা OC ৰ বিৰুদ্ধে

সোণাৰি,২৮ডিচেম্বৰ: এইবাৰ গুণ্ডাগিৰীত নামিল নামতোলা OC।বিজেপি কৰ্মীক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি আবদ্ধ কৰিলে থানাত।
OC মৃদুল বৰুৱাৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ।বিজেপি কৰ্মী তথা মঞ্জুশ্ৰী চাহ বাগিছাৰ গাওঁৰক্ষী বাহিনীৰ সম্পাদক শ্যামল নায়কক নিৰ্মম ভাবে প্ৰহাৰ মৃদুল বৰুৱাৰ।
যোৱা নিশা এজন যুৱকক মঞ্জুশ্ৰী বাগিছাৰ পৰা আৰক্ষীয়ে আটক কৰা সন্দৰ্ভত থানালৈ গৈছিল গাওঁৰক্ষী বাহিনীৰ সম্পাদক শ্যামল নায়ক। সেই সময়তে OC মৃদুল বৰুৱাই বিজেপি কৰ্মীক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি থানাত ভৰাই থয়(Sonari News)।
ঘটনাৰ উচিত তদন্ত বিচাৰি স্থানীয় লোকৰ নামতোলা আৰক্ষী চকীৰ সন্মুখত ব্যাপক প্ৰতিবাদ।
লগতে পঢ়ক :Dibrugarh News:ডিব্ৰুগড়ত আটছাৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস