বন্ধন মাইক্ৰ’ ফাইনেন্সৰ বিতৰ্কিত কাণ্ড

- আৰক্ষী-প্ৰশাসনক অংগুষ্ঠ প্ৰদর্শন বন্ধন মাইক্ৰ’ ফাইনেন্সৰ
- বিজ্ঞাপন অবিহনে অনুষ্ঠিত কৰিছে নিয়োগ সম্পৰ্কীয় সাক্ষাৎকাৰ
- স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা নাই, নাই হাত ধোৱাৰো ব্যৱস্থা
- চৰকাৰী নিৰ্দেশ তথা সামাজিক দূৰত্ব অমান্য কৰি শ শ সাক্ষাৎ প্ৰাৰ্থীৰ ভিৰ
- বন্ধন মাইক্ৰ’ ফাইনেন্সক জবাবদিহি কৰিলে স্থানীয় ৰাইজে
- ততাতৈয়াকৈ বন্ধ কৰা হ’ল সাক্ষাৎকাৰ কাৰ্যসূচী
- বন্ধন মাইক্ৰ’ ফাইনেন্সৰ বিৰুদ্ধে গোচৰ স্থানীয় ৰাইজৰ