Local, Vocal, Global

Mysterious Kidnapping Shakes Dhakuakhana :হিন্দী চিনেমাৰ কায়দাৰে অপহৰণ ব্যৱসায়ীক

নিউজ ডেস্ক,৫ডিচেম্বৰ : ঢকুৱাখনাত ৰহস্যজনক অপহৰণ কাণ্ড

দেৱেন্দ্ৰ কুমাৰ নামৰ এজন ব্যৱসায়ীক অপহৰণ দুৰ্বৃত্তৰ

বলেৰ’ বাহনত অহা ৪জনীয়া দুৰ্বৃত্তৰ দলে অপহৰণ কৰে লোকজনক(Mysterious Kidnapping Shakes Dhakuakhana)

অপহৃত দেৱেন্দ্ৰ কুমাৰ অৱসৰপ্ৰাপ্ত CRPF জোৱান

ঢকুৱাখানাৰ মাহধোৱাত বাস কৰি আছিল দেৱেন্দ্ৰ কুমাৰে

অপহৃত দেৱেন্দ্ৰ কুমাৰ হাৰিয়ানাৰ বাসিন্দা

ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ ঢকুৱাখনা আৰক্ষীৰ

লগতে পঢ়ক :Truck caught fire:যোৰহাট ৰে’ল ষ্টেচন চৌহদত ৰখাই থোৱা ট্ৰাকত অগ্নিকাণ্ড