Local, Vocal, Global

Fadnavis to take oath as Maharashtra CM today:আজি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব দেৱেন্দ্ৰ ফাড়নবিছে

নিউজ ডেস্ক,৫ডিচেম্বৰ : আজি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নবিছে। বৃহস্পতিবাৰে বিয়লি ৫-৩০ বজাত মুম্বাইৰ আজাদ ময়দানত অনুষ্ঠিত হ’ব শপতগ্ৰহণ অনুষ্ঠান(Devendra Fadnavis to take oath as Maharashtra Chief Minister today)।

মুখ্যমন্ত্ৰী হিচাপে ফাড়নবিছক শপত আৰু গোপনীয় ৰক্ষাৰ বাক্য পাঠ কৰোৱাব ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে।এই পৰ্বত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিজেপিশাসিত কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল(Fadnavis to take oath as Maharashtra CM today)।

লগতে পঢ়ক :Mysterious Kidnapping Shakes Dhakuakhana :হিন্দী চিনেমাৰ কায়দাৰে অপহৰণ ব্যৱসায়ীক