Local, Vocal, Global

CM Himanta Biswa Sarma meets governor: শীঘ্ৰে ৰাজ্যৰ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সম্ভাৱনা

নিউজ ডেস্ক,২৫নৱেম্বৰ : শীঘ্ৰে ৰাজ্যৰ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সম্ভাৱনা।

পুৱাই ৰাজ্যপালক ৰাজভৱনত সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

দীৰ্ঘ সময় ৰাজ্যপালৰ সৈতে আলোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ(CM Himanta Biswa Sarma meets governor)।

মুখ্য়মন্ত্ৰীৰে আলোচনাৰ পাছতে ৰাজ্যপাল ৰাওনা হ’ব দিল্লীলৈ।

বৰাকৰ এজন বিধায়কে মন্ত্ৰীসভাত স্থান পোৱাৰ সম্ভাৱনা।

ভাগ্য মুকলি হ’ব পাৰে আন একাংশ বিধায়কৰ।

লগতে পঢ়ক :Winter Session Of Parliament Begins Today : আজিৰে পৰা সংসদৰ শীতকালীন অধিৱেশন