Assam CM Addresses Public Outcry Over Dighalipukhuri Tree-Cutting Plan: দীঘলীপুখুৰীৰ পাৰৰ গছ কটাৰ বিৰোধিতাৰ পাছতে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ আশ্বাস

নিউজ ডেস্ক,৩০অক্টোবৰ : দীঘলীপুখুৰীৰ গছবোৰ সুৰক্ষিত কৰিব চৰকাৰে ।
সামজিক মাধ্যমযোগে জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ৰাইজক কিছু দিনৰ সময় বিচাৰিলে মুখ্যমন্ত্ৰীয়ে।
লোক নিৰ্মাণ বিভাগক বিকল্প প্ৰস্তাৱ সন্ধানৰ লগতে বিষয়টো পুণঃ মূল্যায়নৰ নিৰ্দেশ হিমন্ত বিশ্বৰ(Assam CM Addresses Public Outcry Over Dighalipukhuri Tree-Cutting Plan)।
দীঘলীপুখুৰীৰ গছ সংৰক্ষণক লৈ মঙলবাৰে হৈছিল প্ৰতিবাদ।
জনতাৰ প্ৰতিবাদলৈ ইতিবাচক সঁহাৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ।
লগতে পঢ়ক :Digboi News : আৰক্ষীৰ দলক প্ৰহাৰ সুৰা ব্যৱসায়ীৰ;মহিলা আৰক্ষী বিষয়াকো প্ৰহাৰ কৰাৰ অভিযোগ