Local, Vocal, Global

Former player Ramesh Fukan passes away : দুলীয়াজানৰ প্ৰাক্তন খেলুৱৈ ৰমেশ ফুকনৰ দেহাৱসান

নিউজ ডেস্ক,২১ছেপ্তেম্বৰ : দুলীয়াজানৰ প্ৰাক্তন খেলুৱৈ ৰমেশ ফুকনৰ দেহাৱসান। শুকুৰবাৰে দিল্লীৰ এখন চিকিত্সালয়ত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন খেলুৱৈ গৰাকীয়ে ।

অসম ফুটবল সন্থাৰ উপ-সভাপতি আছিল ৰমেশ ফুকন। ৰমেশ ফুকনৰ মৃত্যু ক্ৰীড়া জগতৰ বাবে এক অপূৰণীয় ক্ষতি। খেলুৱৈগৰাকীৰ মৃত্যুত পৰিয়ালৰ লগতে অঞ্চলজুৰি শোকৰ ছাঁ(Former player Ramesh Fukan passes away)।

লগতে পঢ়ক :Man goes Missing : ব্ৰহ্মপুত্ৰ গা ধুবলৈ গৈ নিখোঁজ এজন ব্যক্তি