Tension Erupts in Guwahati Over Vehicle Parking Dispute at Central Mall : গুৱাহাটীৰ চেন্ট্রেল মলত অনা-অসমীয়াৰ গুণ্ডাগিৰি

নিউজ ডেস্ক,২৬আগষ্ট : গুৱাহাটীৰ চেন্ট্রেল মলত অনা-অসমীয়াৰ গুণ্ডাগিৰি। বাহন পাৰ্কিঙক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিট।
প্ৰতিষ্ঠানটোৰ নিৰাপত্তাৰক্ষীসহ আন এজন যুৱকক প্ৰহাৰ অনা- অসমীয়াৰ। ৪ অনা-অসমীয়া যুৱকৰ বিৰুদ্ধে প্ৰহাৰৰ অভিযোগ।
ঘটনাস্থলীত উপস্থিত দিছপুৰ আৰক্ষীৰ এটা দল(Tension Erupts in Guwahati Over Vehicle Parking Dispute at Central Mall)।
ঘটনা সন্দৰ্ভত অভিযুক্ত ৪যুৱকক আটক কৰে আৰক্ষীয়ে ।নিশাই দিছপুৰ থানাত উপস্থিত হয় DCP মৃণাল ডেকা ।মৃণাল ডেকাৰ নেতৃত্বত ঘটনাৰ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে সন্ধান চলাইছে পাৰ্কিঙৰ CC কেমেৰাৰ ভিজুৱেল।
লগতে পঢ়ক :Fake gold smuggler arrested : নকল সোণ সৰবৰাহকাৰীৰ জালত মহাৰাষ্ট্ৰৰ নাগপুৰৰ এজন