Local, Vocal, Global

AICC General Secretary Jitendra Singh To Visit Assam : তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব AICCৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং

নিউজ ডেস্ক,১১ জুলাই : অসমলৈ আহিব জীতেন্দ্ৰ সিং ।

তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব AICCৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং(AICC General Secretary Jitendra Singh To Visit Assam)।

তিনিদিনীয়া ভ্ৰমণসূচীত AICCৰ সাধাৰণ সম্পাদক গৰাকীয়ে ১৫ জুলাইৰ পৰা ১৭ জুলাইলৈ উপ নিৰ্বাচনকেন্দ্ৰিক সভাত অংশগ্ৰহণ কৰিব । সামাজিক মাধ্যমযোগে এইকথা ঘোষণা কৰিলে APCCৰ সভাপতি ভুপেন বৰাই।

লগতে পঢ়ক : Road Accident in Rangia : ৰঙিয়াত ট্ৰাকত খুন্দা তীব্ৰবেগী টেংকাৰৰ