Local, Vocal, Global

Road Accident in Rangia : ৰঙিয়াত ট্ৰাকত খুন্দা তীব্ৰবেগী টেংকাৰৰ

নিউজ ডেস্ক,১১জুলাই : ৰঙিয়াৰ মৰাণজানাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা(Road Accident in Rangia)।

একে দিশেৰে গৈ থকা ট্ৰাকত খুন্দা তীব্ৰবেগী টেংকাৰৰ। ফলত দুৰ্ঘটনাত গাড়ীৰ ভিতৰতে আবদ্ধ হৈ পৰে টেংকাৰ চালক।

এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় লোকৰ তৎপৰতাত টেংকাৰৰ পৰা চালকজনক উদ্ধাৰ কৰে ।উদ্ধাৰ কৰা চালকজনক ততাতৈয়াকৈ লৈ যোৱা হয় চিকিৎসালয়লৈ।

লগতে পঢ়ক : Road Accident in Sonapur : ডাম্পাৰত খুন্দা ট্ৰেইলাৰৰ