Road Accident in Guwahati : মহানগৰীৰ গণেশগুৰিৰ উৰণ সেঁতুত ভয়ংকৰ দুৰ্ঘটনা

নিউজ ডেস্ক ১১জুলাই : মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা । বুধবাৰে নিশা মহানগৰীৰ গণেশগুৰিৰ উৰণ সেঁতুত ভয়ংকৰ দুৰ্ঘটনা। এখন বিলাসী বাহনত খুন্দা তীব্ৰবেগী আন এখন বাহনৰ। ফলত ক্ষতিসাধন হয় Mahindra XUV বাহনখন। ওলাই যায় বাহনখনৰ চকা । ফলত নিশা ভয়ংকাৰ যান-জঁটৰ সৃষ্টি হয়(Road Accident in Guwahati)।
পিছত ঘটনাস্থলীত আৰক্ষী আহি উদ্ধাৰ কৰে বাহনখনৰ লগতে যাত্ৰীক। AS02AN8595 পঞ্জীয়ন নম্বৰৰবাহনখন নগাঁৱৰ পৰশমণি দাস নামৰ এজন ব্যক্তিৰ নামত পঞ্জীয়ন হৈ আছে। দুৰ্ঘটনাটোৰ ক্ষয়-ক্ষতিৰ বিষয়ে সবিশেষ জানিব পৰা হোৱা নাই।