Local, Vocal, Global

জনপ্ৰিয় মোবাইল ফোনৰ প্ৰতিষ্ঠান মিউজিয়ামত সুৰামত্ত ব্যক্তিৰ তাণ্ডৱ

নিউজ ডেস্ক,২২জুন : জনপ্ৰিয় মোবাইল ফোনৰ প্ৰতিষ্ঠান মিউজিয়ামত সুৰামত্ত ব্যক্তিৰ তাণ্ডৱ ।

যোৰহাটৰ মাজ মজিয়াত দিন দুপৰতে আক্ৰমণৰ বলি ব্যৱসায়ী । চিচি কেমেৰাত বন্দী আক্ৰমণৰ দৃশ্য

যোৰহাটৰ জনপ্ৰিয় মবাইলৰ দোকান মিউজিয়ামৰ কৰ্মচাৰীক আক্ৰমণ এজন ব্যক্তিৰ।মবাইল মেৰামতি কৰাৰ অজুহাত দেখাই ব্যক্তি জনে আক্ৰমণ কৰে কৰ্মীজনক।

বৰ্তমানৈ জানিব পৰা হোৱা নাই আক্ৰমণকাৰী যুৱকজনৰ পৰিচয় ।

ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে আক্ৰমণকাৰী ব্যক্তিজনক।

লগতে পঢ়ক : Two Assam Youth Dies in Andhra Pradesh : অন্ধ্ৰপ্ৰদেশত অকাল মৃত্যুক সাৱটিলে অসমৰ দুই যুৱকে