Cracks take toll on flying bridge : মুকলি কৰাৰ ৬মাহ হওঁতেই ফাঁট মেলিল গড়চুক উৰণ সেতুৰ

নিউজ ডেস্ক,১৬জুন : মুকলি কৰাৰ ৬মাহ হওঁতেই ফাঁট মেলিল গড়চুক উৰণ সেতুৰ। উৰণসেতুখনৰ কাষৰ দেৱালৰ বিভিন্ন অংশতো মেলিছে ফাঁট(Cracks take toll on flying bridge)।
৩০০কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ হোৱা গড়চুক উৰণ সেতুঁৰ মাজভাগত ফাঁট মেলাৰ মাজতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন মহলত।যিকোনো মুহূৰ্তত পথচাৰী পৰিব পাৰে বিপদত।
উক্ত উৰণ সেতুখন নিৰ্মাণৰ দায়িত্বত থকা বুইল্টে টেক নামৰ প্ৰতিস্থানটোৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী উত্থাপিত হৈছে।