Thieves arrested in Gohpur : গহপুৰৰ হেলেমত আটক ট্ৰাক-স্কৰপিঅ’সহ ৮ গভাইত চোৰ

নিউজ ডেস্ক,৬জুন : ৰাজ্যত চোৰৰ উপদ্ৰৱ । সমান্তৰালকৈ গহপুৰত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ
এইবাৰ গহপুৰৰ হেলেমত বৃহৎ চোৰৰ গেং আটক। ট্ৰাক-স্কৰপিঅ’সহ ৮ গভাইত চোৰ আটক হেলেম আৰক্ষীৰ(Thieves arrested in Gohpur)।
জানিব পৰা মতে, ৰাজ্যৰ ভিন্নপ্ৰান্তত চুৰিকাৰ্য সংঘটিত কৰিছিল চোৰকেইটাই। আৰক্ষীয়ে এক অভিযানত আটক কৰে চোৰ কেইটাক ।
আটকধীন চোৰকেইজন ক্ৰমে মুকালমুৱৰ চাব্দান খান, ছাফিকুল ইছলাম, আক্ৰোম আলী, চায়েদ আলী, নাজ্ৰোল হক, কায়েম আলী, জাহাৰুদ্দিন আলী, বদিউদ জামান সৰকাৰক বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক : Drugs peddler arrested along with drugs : বোকাজানত জব্দ ৮ কোটি টকাৰ ৪০ হাজাৰ য়াবা টেবলেট