Local, Vocal, Global

Drugs peddler arrested along with drugs : বোকাজানত জব্দ ৮ কোটি টকাৰ ৪০ হাজাৰ য়াবা টেবলেট

নিউজ ডেস্ক,৬জুন : কাৰ্বি আংলং আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। অভিযানত বোকাজানত জব্দ বুজন পৰিমাণৰ য়াবা টেবলেট

বুধবাৰে নিশা আৰক্ষীয়ে জব্দ কৰে য়াবা টেবলেটখিনি ।

জানিব পৰা মেত, বুধাবাৰে নিশা ডিল্লাই পইণ্টত এখন বাহনত অভিযান চলাই জব্দ কৰে টেবলেটখিনি। আৰক্ষীয়ে জব্দ কৰা য়াবা টেবলেটখিনিৰ মূল্য প্ৰায় ৮ কোটি টকাৰ ৪০ হাজাৰ । ডিমাপুৰৰ পৰা হোজাই অভিমুখী AS-14-E-9137 নম্বৰৰ এখন এ’ল্ট বাহনৰ ইঞ্জিনৰ ভিতৰত লুকুৱাই সৰবৰাহৰ চেষ্টা কৰিছিল নিচাজাতীয় টেবলেটখিনি(Drugs peddler arrested along with drugs) ।

আৰক্ষীয়ে নিচাজাতীয় টেবলেটসহ আটক কৰে দুই সৰবৰাহকাৰীক । আটকাধীন সৰবৰাহকাৰী দুজন ইছলাম উদ্দিন আৰু মুজিবা বেগম, ঘৰ হোজাইত বুলি জানিব পৰা গৈছে ।

লগতে পঢ়়ক : Narcotics worth rs 9.5 crore seized in cachar : কাছাৰত ৬ জন ড্ৰাগছ সৰবৰাহকাৰীসহ জব্দ ৯.৫ কোটি টকাৰ হেৰ’ইন