CAA বলৱতৰ পাছত কি হ’ব?
CAAৰ জৰিয়তে সমগ্ৰ দেশত নাগৰিকত্ব লাভৰ সুযোগ পাব ৩১,৩১৩ গৰাকী লোকে
২০১৯ত যৌথ সংসদীয় সমিতিয়ে দাখিল কৰা প্ৰতিবেদনত উল্লেখ এই তথ্য
সমিতিখনৰ অধ্যক্ষ আছিল বিজেপি নেতা ৰাজেন্দ্ৰ আগৰৱাল
২০১৪ৰ ৩১ ডিচেম্বৰলৈ পাকিস্তান, বাংলাদেশ, আফগানিস্তানৰ পৰা আহিছিল ৩১,৩১৩ গৰাকী অমুছলমান লোক
এইসকলৰ ভিতৰত ২৫,৪৪৭গৰাকী আছিল হিন্দু লোক
৫,৮০৭ গৰাকী শিখ, ৫৫গৰাকী খ্ৰীষ্টান, ৪ গৰাকী বৌদ্ধ আৰু পাৰ্চীৰ লোক
ধৰ্মীয় হিংসাৰ বলি হৈ ভাৰতত আশ্ৰয় লৈছে এইসকল লোকে
বিধি অনুসৰি ২০১৪ৰ ৩১ ডিচেম্বৰৰ পাছত অহা কোনে লোকে নাপাব নাগৰিকত্ব