Assam Grade 3 Result 2023: আজি বিয়লি ২ বজাত ঘোষণা হ’ব ফলাফল By MyNewsNE Desk On May 3, 2023 Last updated May 3, 2023 Share Breaking text * ৰাজ্যৰ তৃতীয় বৰ্গৰ ফলাফলক লৈ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ সংবাদমেল (State Level Recruitment Commission) * সংবাদমেল সম্বোধন কৰে SLRC সঞ্চালক ড° আশিস কুমাৰ ভুটানিয়ে * আজি বিয়লি ২ বজাত ঘোষণা হ’ব ফলাফল * ফলাফল উপলব্ধ হ’ব sebaonline.org ত * ১১,৫১০ টা পদৰ বিপৰীতে ১১,৩২৪ গৰাকী প্ৰাৰ্থীয়ে লাভ কৰিছে নিযুক্তি Related Posts Assam | Doboka news: ডবকাত তিনি কোটি টকীয়া পকী নলা নিৰ্মাণ… Aug 31, 2025 Assam | Dumduma news: শ্ৰম মন্ত্ৰীৰ সমষ্টিত চাহ খেতিয়েকৰ… Aug 29, 2025 Watch | Gahpur news: গহপুৰৰ কলমৌগুৰিত নাবালিকা ধৰ্ষণকাৰীক… Aug 28, 2025 * মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিশ্চিত কৰিছিল ফলাফলৰ তাৰিখ আৰু সময় (Chief Minister Himanta Biswa Sarma) * মুঠ ৯২১৬৩৪ গৰাকী প্ৰাৰ্থীৰ ৮২৮৮৬০ গৰাকীয়ে বহিছিল লিখিত পৰীক্ষাত * নিযুক্তি আয়োগে তিনিটা পৰ্যায়ৰ পৰীক্ষাৰ ভিত্তিত দিব নিযুক্তি * স্নাতক,দ্বাদশ আৰু দশম শ্ৰেণীৰ পৰ্যায়ত প্ৰদান কৰা হ’ব নিযুক্তি Share FacebookTwitterReddItWhatsAppPinterestEmail