Local, Vocal, Global

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ বিনোদ কাম্বলীৰ বিৰুদ্ধে গোচৰ ৰুজু !

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ বিনোদ কাম্বলীৰ বিৰুদ্ধে গোচৰ ৰুজু। পত্নীয়ে কাম্বলীৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ।
শাৰীৰিক অত্যাচাৰ চলোৱাৰ অভিযোগত গোচৰ ৰুজু পত্নীৰ। বান্দ্ৰা থানাত ৰুজু কৰিছে এই গোচৰ।
সুৰাপান কৰি শাৰীৰিক অত্যাচাৰ চলোৱাৰ বিৰুদ্ধে পত্নীয়ে কাম্বলীৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ।