Local, Vocal, Global

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক সিদ্ধান্ত

নিউজ ডেস্ক : দেশৰ ন্যায়িক ব্যৱস্থাত ঐতিহাসিক পৰিৱৰ্তন
মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
উচ্চতম ন্যায়ালয়ৰ বিচাৰ প্ৰক্ৰিয়াৰ পোনপটীয়া সম্প্ৰচাৰ
গুৰুত্বপূৰ্ণ গোচৰৰ লাইভ টেলিকাষ্ট
২৭ চেপ্তেম্বৰৰ পৰা আৰম্ভ হৈছে লাইভ টেলিকাষ্ট
উচ্চতম ন্যায়ালয়ৰ ৱেবচাইট webcast.govt.in/scindia/ হ’ব টেলিকাষ্ট
অৰ্থনৈতিকভাৱে অনগ্ৰসৰ পৰিয়ালৰ সংৰক্ষণ সম্পৰ্কীয় গোচৰৰ শুনানি
২০১৮ৰ ২৬ চেপ্তেম্বৰত প্ৰস্তাব আহিছিল লাইভ টেলিকাষ্টৰ